যোৱা ইং ২২ জুলাই তাৰিখে প্ৰাথমিক শিক্ষা সঞ্চালিকাৰ সৈতে সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক(টিউটৰ) সংস্থা নেতৃত্বৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপ সম্পন্ন হয় ।
Tutors Association at DEE, Kahilipara |
অহা ২৬ জুলাই তাৰিখে মাননীয় শিক্ষামন্ত্ৰীৰ সৈতে আনুষ্ঠানিক আলোচনাৰ বাবে সংস্থাৰ সভাপতিৰ হাতত চিঠি প্ৰদান কৰি সঞ্চালিকা মহোদয়াই কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় আৰু তথ্য সমৃদ্ধ হৈ সম্পূৰ্ণ সাজু হ’বলৈ আহ্বান জনায় । পৰামৰ্শ অনুসৰি সংস্থাই অসমৰ ME/LP Tutor সকলৰ পৰা কিছু তথ্য সংগ্ৰহ কৰিবলৈ প্ৰয়াস কৰি ফৰ্ম প্ৰেৰণ কৰিছে । অহাকালি অৰ্থাৎ ২৪ জুলাইৰ ভিতৰত এই তথ্য আহৰণৰ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে ।
Tutors Urgent Update form.
To view updated data CLICK HERE